Monday, April 24, 2023
What is amalgamation?
Friday, April 21, 2023
Tuesday, April 18, 2023
Sunday, April 16, 2023
কেঁচা হালধিৰ উপকাৰিতা আছে বুলি আপোনাৰ ভাৱ হৈ নি?
ভাৱ হয় ক্ৰমে----------
১/হালধি নিয়মীয়াকৈ মুখত সানিলে মুখৰ কলা দাগ আঁতৰি যায়।
২/কেঁচা হালধি গুৰি পানীত মিহলাই খালে উপকাৰ পোৱা যায়।
৩/ কেঁঁচা হালধি খালে হাৰ্ট ব্লকেজ দূৰ হয়।
৪/কেঁচা হালধিয়ে স্কিনৰ উজ্বলতা ধৰি ৰাখিব পাৰে।
৫/মগজু ভালে ৰাখে আৰু হজমত সহায় হয়।
৬/কেঁচা হালধীয়ে মধুমেহ নিয়ন্ত্ৰণ ৰাখে।
৭/কেঁচা হালধিয়ে ওজন হ্ৰাস কৰাতো সহায় কৰে।
World Top 5 Best Webseries
E-commerce 2023
Galileo got it from the tree.
Harafal created gravity.
Gravity was created.
You got a new momentum in the world.
What was before
.What is happening now.
Starting with Brinim practice.Internet business is a long journey.
Starts from 1g to 5g. A long journey.
This journey was not easy.
Sometimes if he stopped.
He went on again.
It starts with handwritten receipts.
Google gets , phone pay is also a journey to Adli.
Day by day the journey of progress.
![]() |
| E-commerce |
This is what e-commerce ha added.
Saturday, April 15, 2023
পইতা ভাত কিয় খাব লাগে?আৰু-খালে আমাৰ কি কি উপকাৰ হব পাৰে ২০২৩
২/পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে ।
৩। পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ- কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে।
৪। এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে। ৫। পইতা ভাত খালে দেহত সোনকালে বয়সৰ প্ৰভাৱও নপৰে।
Dhonyobad
Instagram Assamese Hastags 💯 Working
Grow instagram hashtags 💯 এবাৰ Try kori
ব
#Axomiyashoutouts ##reelsinstagram #guwahati #nagaon #Darrang #Tinsukia #dibrugarh #jorhat #tezpur #assam #axomiya #awesomeassam #northeast_india #northeast #northeastindia #bihu #indiatourism #assamese #assamesegirl #assamesebeauty #assamesebride #guwahaticity #instamood #Assamdiaries #assamtourism #assamesetradition #assamphotography #kampurbloggers
Try kori chabo sun dei🥰🥰
Friday, April 14, 2023
অনলাইনত ধন ঘটাৰ ভাৰতৰ শীৰ্ষ ১২ টা উপায় কিকি?
১/গুগল এডচেন্স
২/এফিলতে মাৰ্কেটিং
৩/ফ্ৰীলান্স
৪/অনলাইন টিউচন অনলাইন প্লেটফৰ্মৰ সৈতে বিক্ৰী কৰা
৫/ইউটিউব
৬/অনলাইন প্লেটফৰ্মৰ সৈতে বিক্ৰী কৰা
৭/ছচিয়েল মিডিয়া
৮/ষ্টক মাৰ্কেট ট্ৰেডিং শিকিব
৯/ পৰামৰ্শদাতা হওক
১০/ জৰীপ, অনুসন্ধান, আৰু পৰ্যালোচনা
১১/ভাৰ্চুৱেল সহায়ক
১২/ অনলাইন অনুবাদৰ কাম
কবি নৱকান্ত বৰুৱা kobita-তেজীমলা
তেজীমলা
“হাতো নেমেলিবি ফুলো নিচিঙিবি
কৰে গৰখীয়া তই,
মানুহে ফুলৰ নুবুজে আদৰ
তেজীমলাহে মই।”
***
হাতো মেলা নাই ফুলো চিঙা নাই
তোমাৰ নিষেধ আজিও মানিছোঁ
আমাৰ গ্লানিৰ বোকাৰ কুসুম আমাৰেই তেজীমলা।
সাউদৰ সাধু শেষ হৈ যোৱা কিমান বছৰ হ’ল?
মানুহৰ ঘৃণা, মানুহৰ অসূয়াত
তেজ-মঙহৰ তেজীমলা তুমি
ফুল হৈ ফুলি ৰ’লা;
এদিনো আমাৰ ঈৰ্ষাকাতৰ নিদ্রাবিহীন
আউলী চুলিত
![]() |
| জন্ম ২৯ ডিচেম্বৰ ১৯২৬ মৃত্যু ২৪জুলাই ২০০২ |
বুলাই নিদিলা হাত।
মানুহে ফুলৰ আদৰ জানিবা আজিও বুজাকে নাই
কৃপণৰ দৰে তোমাৰ প্ৰীতিৰ
হিচাপ কৰিছোঁ দাম
সেইবাবে গ’লা আমাক পাহৰি
আমাৰে জীয়াৰী হৈ?
মানুহৰ গ্লানি মানুহৰ ঈৰ্ষাত
ছাঁ জুইৰ দৰে আঁতৰি পলালা
সাধুৰ দেশতে ৰ’লা চিৰকাল
সপোনৰ ফুল হৈ,
আমি নিৰুপায়
পৃথিৱীৰ এই ঘিণ আৰু অসূয়াৰে।
আমাৰ বনতো সৰিবানে তুমি এবাৰ ফুলি?
ভালপোৱা যদি আমাৰ কাৰণে
ৰয় চিৰ অনাগত
প্ৰীতিৰ ধূপৰ সুৰভিয়ে ৰচে
কেৱল কুঁৱলি জাল—
ঈর্ষা আমাৰ তোমাৰ প্রেমেৰে কৰা আৰু কুৎসিত;
ঘিণ কৰি মৰোঁ
দাপোণৰ নিজ ছঁয়াৰ বীভৎসতা।
জুবিন গাৰ্গ (Zubeen Garg) - জীৱনী
জুবিন গাৰ্গ (ইংৰাজী: Zubeen Garg; জন্ম: ১৮ নৱেম্বৰ, ১৯৭২, তুৰা, মেঘালয়; মৃত্যু: ১৯ ছেপ্টেম্বৰ, ২০২৫, ছিংগাপুৰ) অসম, ভাৰতৰ এগৰ...
-
জুবিন গাৰ্গ (ইংৰাজী: Zubeen Garg; জন্ম: ১৮ নৱেম্বৰ, ১৯৭২, তুৰা, মেঘালয়; মৃত্যু: ১৯ ছেপ্টেম্বৰ, ২০২৫, ছিংগাপুৰ) অসম, ভাৰতৰ এগৰ...
-
"চাহ খেতি আৰু মধ্যবিত্ত পৰিয়াল" চাহ খেতি অসমৰ অৰ্থনীতি, সমাজ আৰু সংস্কৃতিৰ এক গুৰুত্বপূর্ণ অংগ। কিন্তু এই খেতি আৰু মধ্যবিত্ত প...

.jpeg)
.jpeg)
.jpeg)
.jpeg)
.jpeg)
.jpeg)
.jpeg)
.jpeg)

.jpeg)
.jpeg)
