Posts

Showing posts from April, 2023

What is amalgamation?

Amalgamation is a precess where two or more company's running same nature of buishness goes for amalgamation and a new company is formed to take over the buishness of the company;where is to be  amalgamate  is called amalgamation

Phe phe falls Meghalaya

Image
 

আদা খালে আমাৰ কি কি উপকাৰ হয়?

Image
 ডিঙিৰ বিষ, পেশীৰ বিষ, বমি, উচ্চ ৰক্তচাপ, জ্বৰ  আদিৰ পৰা পৰিত্ৰাণ পোৱা যায়।

কিডনীত পাথৰ হলে কি কৰিব ?

Image
।।  কিডনীত পাথৰ হলে  পকা আম খাওঁক।

কেঁচা হালধিৰ উপকাৰিতা আছে বুলি আপোনাৰ ভাৱ হৈ নি?

Image
ভাৱ হয়  ক্ৰমে---------- ১/হালধি নিয়মীয়াকৈ মুখত সানিলে মুখৰ কলা দাগ আঁতৰি যায়। ২/কেঁচা হালধি গুৰি পানীত মিহলাই খালে উপকাৰ পোৱা যায়। ৩/ কেঁঁচা হালধি খালে হাৰ্ট ব্লকেজ দূৰ হয়। ৪/কেঁচা হালধিয়ে  স্কিনৰ উজ্বলতা ধৰি ৰাখিব পাৰে। ৫/মগজু ভালে ৰাখে আৰু হজমত সহায় হয়। ৬/কেঁচা হালধীয়ে মধুমেহ নিয়ন্ত্ৰণ ৰাখে। ৭/কেঁচা হালধিয়ে  ওজন হ্ৰাস কৰাতো সহায় কৰে।

World Top 5 Best Webseries

Image
world best webseries  ________________________ No1 Jubilee _____________  Available on Amazon।  No2 Aranyak _________________ Available on Netflix No3 Dahan Raakan Ka Rashaya _________________________________ Available on Hotstar No4 The Last Hour ____________ Available On Amazon No5 Betaal ________________ Available On Netflix #webseries#topwebseries#netflix#amazon#hotstar

E-commerce 2023

Image
 Galileo got it from the tree.   Harafal created gravity.   Gravity was created.   You got a new momentum in the world.   What was before .What is happening now.   Starting with Brinim practice.Internet business is a long journey. Starts from 1g to 5g.  A long journey. This journey was not easy.   Sometimes if he stopped.  He went on again.   It starts with handwritten receipts. Google gets , phone pay is also a journey to Adli. Day by day the journey of progress.  E-commerce  This is what e-commerce ha added.

পইতা ভাত কিয় খাব লাগে?আৰু-খালে আমাৰ কি কি উপকাৰ হব পাৰে ২০২৩

Image
  ১। এই ভাত খালে শৰীৰত কেলৰি আৰু চৰ্বি জমা নহয়।   ২/পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে ।  ৩। পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ- কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে।  ৪। এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে। ৫। পইতা ভাত খালে দেহত সোনকালে বয়সৰ প্ৰভাৱও নপৰে।       Dhonyobad

Instagram Assamese Hastags 💯 Working

Image
 Grow instagram hashtags 💯 এবাৰ Try kori ব    #Axomiyashoutouts ##reelsinstagram #guwahati #nagaon #Darrang #Tinsukia #dibrugarh #jorhat #tezpur #assam #axomiya #awesomeassam #northeast_india #northeast #northeastindia #bihu #indiatourism #assamese #assamesegirl #assamesebeauty #assamesebride #guwahaticity #instamood #Assamdiaries #assamtourism #assamesetradition #assamphotography #kampurbloggers Try kori chabo sun dei🥰🥰

অনলাইনত ধন ঘটাৰ ভাৰতৰ শীৰ্ষ ১২ টা উপায় কিকি?

১/গুগল এডচেন্স ২/এফিলতে মাৰ্কেটিং  ৩/ফ্ৰীলান্স  ৪/অনলাইন টিউচন অনলাইন প্লেটফৰ্মৰ সৈতে বিক্ৰী কৰা  ৫/ইউটিউব  ৬/অনলাইন প্লেটফৰ্মৰ সৈতে বিক্ৰী কৰা  ৭/ছচিয়েল মিডিয়া  ৮/ষ্টক মাৰ্কেট ট্ৰেডিং শিকিব ৯/ পৰামৰ্শদাতা হওক ১০/ জৰীপ, অনুসন্ধান, আৰু পৰ্যালোচনা  ১১/ভাৰ্চুৱেল সহায়ক ১২/ অনলাইন অনুবাদৰ কাম

কবি নৱকান্ত বৰুৱা kobita-তেজীমলা

Image
তেজীমলা “হাতো নেমেলিবি ফুলো নিচিঙিবি কৰে গৰখীয়া তই, মানুহে ফুলৰ নুবুজে আদৰ তেজীমলাহে মই।” *** হাতো মেলা নাই ফুলো চিঙা নাই তোমাৰ নিষেধ আজিও মানিছোঁ আমাৰ গ্লানিৰ বোকাৰ কুসুম আমাৰেই তেজীমলা। সাউদৰ সাধু শেষ হৈ যোৱা কিমান বছৰ হ’ল? মানুহৰ ঘৃণা, মানুহৰ অসূয়াত তেজ-মঙহৰ তেজীমলা তুমি ফুল হৈ ফুলি ৰ’লা; এদিনো আমাৰ ঈৰ্ষাকাতৰ নিদ্রাবিহীন আউলী চুলিত জন্ম ২৯ ডিচেম্বৰ ১৯২৬ মৃত্যু  ২৪জুলাই ২০০২ বুলাই নিদিলা হাত। মানুহে ফুলৰ আদৰ জানিবা আজিও বুজাকে নাই কৃপণৰ দৰে তোমাৰ প্ৰীতিৰ হিচাপ কৰিছোঁ দাম সেইবাবে গ’লা আমাক পাহৰি আমাৰে জীয়াৰী হৈ? মানুহৰ গ্লানি মানুহৰ ঈৰ্ষাত ছাঁ জুইৰ দৰে আঁতৰি পলালা সাধুৰ দেশতে ৰ’লা চিৰকাল সপোনৰ ফুল হৈ, আমি নিৰুপায় পৃথিৱীৰ এই ঘিণ আৰু অসূয়াৰে। আমাৰ বনতো সৰিবানে তুমি এবাৰ ফুলি? ভালপোৱা যদি আমাৰ কাৰণে ৰয় চিৰ অনাগত প্ৰীতিৰ ধূপৰ সুৰভিয়ে ৰচে কেৱল কুঁৱলি জাল— ঈর্ষা আমাৰ তোমাৰ প্রেমেৰে কৰা আৰু কুৎসিত; ঘিণ কৰি মৰোঁ দাপোণৰ নিজ ছঁয়াৰ বীভৎসতা।