পইতা ভাত কিয় খাব লাগে?আৰু-খালে আমাৰ কি কি উপকাৰ হব পাৰে ২০২৩
১। এই ভাত খালে শৰীৰত কেলৰি আৰু চৰ্বি জমা নহয়। ২/পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে । ৩। পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ- কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে। ৪। এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে। ৫। পইতা ভাত খালে দেহত সোনকালে বয়সৰ প্ৰভাৱও নপৰে। Dhonyobad
Comments
Post a Comment