Sunday, April 16, 2023

কেঁচা হালধিৰ উপকাৰিতা আছে বুলি আপোনাৰ ভাৱ হৈ নি?

ভাৱ হয়  ক্ৰমে----------

১/হালধি নিয়মীয়াকৈ মুখত সানিলে মুখৰ কলা দাগ আঁতৰি যায়।

২/কেঁচা হালধি গুৰি পানীত মিহলাই খালে উপকাৰ পোৱা যায়।

৩/ কেঁঁচা হালধি খালে হাৰ্ট ব্লকেজ দূৰ হয়।

৪/কেঁচা হালধিয়ে  স্কিনৰ উজ্বলতা ধৰি ৰাখিব পাৰে।

৫/মগজু ভালে ৰাখে আৰু হজমত সহায় হয়।


৬/কেঁচা হালধীয়ে মধুমেহ নিয়ন্ত্ৰণ ৰাখে।

৭/কেঁচা হালধিয়ে  ওজন হ্ৰাস কৰাতো সহায় কৰে।



No comments:

Post a Comment

ফেচবুকত কণ্টেন্ত ক্ৰিয়েট কৰি টকা উপাৰ্জন কৰা সম্ভৱ নে?

✨ ফেচবুকত কন্টেন্ট ক্ৰিয়েট কৰি টকা উপাৰ্জন কৰাটো নিশ্চয় সম্ভৱ ! (Earning money by creating content on Facebook is definitely possible !) ✨...