Thursday, February 8, 2024

 শ্রীকৃষ্ণই কৈছিল, যদি নিজৰ ওপৰত বিশ্বাস ৰাখা শক্তিশালী হৈ যাবা, আনৰ ওপৰত ৰাখিলে দুৰ্বল হৈ পৰিবা, তুমি যে কেতিয়াবা সত্য আছিলা সেয়া কোনেও মনত নাৰাখে, কিন্তু তুমি কেতিয়া ভুল কৰিছিলা সেয়া সকলোৱে মনত ৰাখে।