Saturday, April 15, 2023

পইতা ভাত কিয় খাব লাগে?আৰু-খালে আমাৰ কি কি উপকাৰ হব পাৰে ২০২৩


 

১। এই ভাত খালে শৰীৰত কেলৰি আৰু চৰ্বি জমা নহয়।

  ২/পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে । 

৩। পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ- কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে। 

৪। এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে। ৫। পইতা ভাত খালে দেহত সোনকালে বয়সৰ প্ৰভাৱও নপৰে। 

 

   Dhonyobad

No comments:

Post a Comment

জুবিন গাৰ্গ (Zubeen Garg) - জীৱনী

​জুবিন গাৰ্গ (ইংৰাজী: Zubeen Garg; জন্ম: ১৮ নৱেম্বৰ, ১৯৭২, তুৰা, মেঘালয়; মৃত্যু: ১৯ ছেপ্টেম্বৰ, ২০২৫, ছিংগাপুৰ) অসম, ভাৰতৰ এগৰ...