শ্রীকৃষ্ণই কৈছিল, যদি নিজৰ ওপৰত বিশ্বাস ৰাখা শক্তিশালী হৈ যাবা, আনৰ ওপৰত ৰাখিলে দুৰ্বল হৈ পৰিবা, তুমি যে কেতিয়াবা সত্য আছিলা সেয়া কোনেও মনত নাৰাখে, কিন্তু তুমি কেতিয়া ভুল কৰিছিলা সেয়া সকলোৱে মনত ৰাখে।
পইতা ভাত কিয় খাব লাগে?আৰু-খালে আমাৰ কি কি উপকাৰ হব পাৰে ২০২৩
১। এই ভাত খালে শৰীৰত কেলৰি আৰু চৰ্বি জমা নহয়। ২/পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে । ৩। পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ- কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে। ৪। এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে। ৫। পইতা ভাত খালে দেহত সোনকালে বয়সৰ প্ৰভাৱও নপৰে। Dhonyobad
Comments
Post a Comment